কঁকালত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ সুন্দৰী বিদ্ৰোহীৰ TikTok ভিডিঅ’

বিশ্ব1:54 PM IST Sep 27, 2019

বিজু কুমাৰ ডেকা : উত্তৰ–পূবৰ বিদ্ৰোহী সংগঠন KIAৰ একাংশ মহিলা গেৰিলাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত। ম্যানমাৰৰ আটাইতকৈ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী সংগঠন KIAৰ এইকেইগৰাকী গেৰিলাই সংগঠনৰ লাইজাত থকা মুখ্য কাৰ্যালয়ত নাচি–বাগি TikTokত আপলোড কৰিলে ভিডিঅ’। ইয়াৰে এটা ভিডিঅ’ত কঁকালত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ নাচি থকা দেখা গৈছে মহিলা গেৰিলাকেইগৰাকীক।

| News18 Assam

শেহতীয়া লাইভ টিভি