ৰাহুল গান্ধীক মোদীৰ চিনেমা চাবলৈ উপদেশ বিবেক অৱেৰয়ৰ

দেশ2:44 PM IST May 23, 2019

প্ৰধানমন্ত্ৰীৰ জীৱনভিত্তিক ছবিত প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰা অভিনেতা বিবেক অৱেৰয়ে ৰাহুল গান্ধী আৰু প্ৰতিটো বিৰোধী দলক অনুৰোধ জনালে ছবিখন চাবলৈ। 

webtech_news18 | News18 Assam

প্ৰধানমন্ত্ৰীৰ জীৱনভিত্তিক ছবিত প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰা অভিনেতা বিবেক অৱেৰয়ে ৰাহুল গান্ধী আৰু প্ৰতিটো বিৰোধী দলক অনুৰোধ জনালে ছবিখন চাবলৈ। 

শেহতীয়া লাইভ টিভি