ফেচবুকৰ পৰা আৰম্ভ প্ৰেম আৰু এতিয়া পালে গুৱাহাটী উচ্চ ন্যায়ালয়

অসম7:33 PM IST Jun 8, 2019

ভণ্ড প্ৰেমিকৰ চুৰিকাঘাতত GMCHত চিকিৎসাধীন হৈ এতিয়া আদালতে আদালতে ন্যায় বিচাৰি ফুৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। কিন্তু এগৰাকী ৰাজনৈতিক নেতাৰ ব্যক্তিগত সচিবৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ।

webtech_news18 | News18 Assam

ভণ্ড প্ৰেমিকৰ চুৰিকাঘাতত GMCHত চিকিৎসাধীন হৈ এতিয়া আদালতে আদালতে ন্যায় বিচাৰি ফুৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। কিন্তু এগৰাকী ৰাজনৈতিক নেতাৰ ব্যক্তিগত সচিবৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ।

শেহতীয়া লাইভ টিভি