ফেচবুক, ইউটিউবত আপলোড ‘ৰত্নাকৰ’, যতীন বৰাৰ গোচৰ, চাওক VIDEO

অসম9:27 AM IST Oct 18, 2019

ছবিগৃহত চলি থকা যতীন বৰাৰ ‘ৰত্নাকৰ’ ছবিখন কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম’বাইল ফোনত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত আপলোড কৰিছে। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে যতীন বৰাই।

webtech_news18 | News18 Assam
শেহতীয়া লাইভ টিভি