CCTV কেমেৰাত বন্দী ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য, চাওক VIDEO

অসম2:33 PM IST Jul 10, 2019

ডিগবৈ চহৰৰ মাজমজিয়াতে সংঘটিত হ'ল এই ঘটনা। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল CCTV কেমেৰাত। দুৰ্ঘটনাত আহত দীপা ফুকন ডিব্ৰুগড়ৰ শংকৰদেৱ নাৰ্চিংহোমত সংকটজনক অৱস্থাত চিকিৎসাধীন।

webtech_news18 | News18 Assam
শেহতীয়া লাইভ টিভি