উৰণৰ বাবে সাজু হৈছে এখন বিমান, হঠাৎ বিমানৰ তলত সোমাল এজন লোক

দেশAugust 23, 2019, 10:09 IST

ঘটনাটো মুম্বাই বিমানবন্দৰৰ। বিমানবন্দৰটোৰ ৰানৱে’ত উৰণৰ বাবে সাজু স্পাইচজেটৰ এখন বিমান। সেই সময়তে বিমানখনৰ ফালে আগবাঢ়ি আহিল এজন লোক। উৰণৰ বাবে সাজু হোৱা বিমানখন কাষলৈ আহি লোকজনে চুই চালে বিমানখন। তাৰ পিছত তলত সোমাই বিমানখন চাবলৈ ধৰিলে লোকজনে। এই কথা জানিব পাৰি পাইলটে বন্ধ কৰি দিয়ে বিমানখনৰ ইঞ্জিন। এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি