প্ৰেমত পৰি পাগল হ’ল আমিৰ! কিন্তু ‘পাগল’ আমিৰৰ ইংৰাজী শুনক

দেশ1:00 PM IST Oct 9, 2019

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো। মানসিকভাৱে অসুস্থ লোকজনে নিজৰ নামটো আমিৰ বুলি প্ৰকাশ কৰিছে। ভিডিঅ’টোৰ স্থান সম্পৰ্কে জানিব পৰা হোৱা নাই।

| News18 Assam

শেহতীয়া লাইভ টিভি