NRCৰ আতংক! ৪০ হাজাৰ বাংলাদেশীয়ে আশ্ৰয় লৈছে কৰ্ণাটকত

দেশJuly 11, 2019, 14:02 IST

দক্ষিণ বেংগালুৰু সংসদীয় সমষ্টিৰ বিজেপিৰ যুৱ সাংসদ তেজস্বী সূৰ্যই বুধবাৰে বিষয়টো লোকসভাত উত্থাপন কৰে। কৰ্ণাটকৰ লগতে সমগ্ৰ দেশত NRC উন্নীতকৰণৰো দাবী জনায় তেজস্বী সূৰ্যই।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি