শিক্ষকে হাতুৰিৰে কোবাই কোবাই ভাঙিলে শিক্ষাৰ্থীৰ ম’বাইল ফোন

দেশJuly 10, 2019, 13:33 IST

মণিপুৰৰ থাউবাল জিলাৰ জামিয়া ৰহমানিয়া মাদ্ৰাছাত শিক্ষকে ভাঙিলে ছাত্ৰ–ছাত্ৰীৰ ম’বাইল ফোন। ভৱিষ্যতে বিদ্যালয় চৌহদত ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ ছাত্ৰ–ছাত্ৰীক সকীয়নি দিয়ে শিক্ষকে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই দৃশ্য।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি