বৃদ্ধ দম্পতীৰ সাহসিকতা,মৰিয়াই খেদিলে আক্ৰমণ কৰিবলৈ অহা ডকাইতক, চাওক ভিডিঅ’

দেশ9:26 PM IST Aug 12, 2019

সাহসিকতাৰ দৃশ্য বন্দী হ'ল CCTVত। সন্ধিয়া সময়ত ঘৰত বহি থকা অৱস্থাতে ডকাইতৰ দলে অতৰ্কিতে আক্ৰমণ কৰিছিল বৃদ্ধ দম্পতীক।

| News18 Assam

সাহসিকতাৰ দৃশ্য বন্দী হ'ল CCTVত। সন্ধিয়া সময়ত ঘৰত বহি থকা অৱস্থাতে ডকাইতৰ দলে অতৰ্কিতে আক্ৰমণ কৰিছিল বৃদ্ধ দম্পতীক।

শেহতীয়া লাইভ টিভি