বৃদ্ধাক মহিলা আৰক্ষীয়ে নৃশংসভাৱে কৰিলে মাৰপিট, সহায়ৰ বাবে নাহিল কোনো আগবাঢ়ি

দেশ5:04 PM IST May 29, 2019

ভিডিঅ’ত স্পষ্টভাৱে দেখা পোৱা গৈছে যে কেনেদৰে মহিলা আৰক্ষীগৰাকীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে বৃদ্ধাগৰাকীক। মহিলাআৰক্ষী গৰাকী ইমলিয়া থানাৰ SI সবিতা ৰজক।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading