RIL AGM 2021: ২০২০ বৰ্ষত ৭৫ হাজাৰ নতুন সংস্থাপন দিছে ৰিলায়েন্সে

দেশJune 24, 2021, 16:27 IST

আজি অনুষ্ঠিত হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাৰ্ষিক সাধাৰণ সভা। কোৰোণা পৰিস্থিতিৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত হোৱা বৈঠকত যোৱা বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৰ সফলতা আৰু আগন্তুক সময়ত বাবে বিভিন্ন কাৰ্যপন্থাৰ সন্দৰ্ভত জানিবলৈ দিয়ে।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি