মই মনোনয়নহে দাখিল কৰিছিলো, নিৰ্বাচনত যুঁজিলে জনতাই : মোদী

দেশ3:48 PM IST May 27, 2019

মোদীয়ে কাশী বিশ্বনাথ মন্দিৰত পূজা–অৰ্চনা আগবঢ়োৱাৰ পিছতে দলীয় কৰ্মকৰ্তাক সম্বোধন কৰে। মোদীয়ে কয় – মই প্ৰথমে বিজেপিৰ কৰ্মকৰ্তা, তাৰ পিছতহে প্ৰধানমন্ত্ৰী।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading