ৰথী–মহাৰথীক লগত লৈ শক্তি প্ৰদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মনোনয়ন দাখিল পৰ্বত অমিত শ্বাহ, ৰাজনাথ সিঙৰ লগতে ড০ হিমন্ত বিশ্ব শৰ্মা, অগপ সভাপতি অতুল বৰা, কনৰাড চাংমা, নেফিউ ৰিঅ’, নীতিশ কুমাৰকে ধৰি বিজেপিশাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে।