VIDEO: ‍বিশ্বনাথ মন্দিৰত পূজা কৰি নৰেন্দ্ৰ মোদীৰ মন্তব্য

দেশMay 27, 2019, 15:32 IST

লোকসভা নিৰ্বাচনত প্ৰচণ্ড বিজয়ৰ পিছত নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ কাৰণে সোমবাৰে নিজৰ সমষ্টি বাৰাণসীত উপস্থিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ সৈতে বাবা বিশ্বনাথ মন্দিৰত পূজা কৰে নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে মনোনয়ন দাখিল কৰি উঠি মোদীয়ে কৈছিল ধন্যবাদ জ্ঞাপন কৰিবলৈ মই উভতি আহিম।

| News18
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি