গছপুলি দুটা কাটি পেলালে, কান্দোনত ভাগি পৰিল কণমানি ভেলেণ্টিনা

দেশ9:15 AM IST Aug 6, 2019

কণমানিজনীৰ নাম ভেলেণ্টিনা ইলাংবাম। মণিপুৰৰ কাকচিং জিলাৰ হিয়াংলাম মাখা লেইকাইৰ ৯ বছৰীয়া কিশোৰীগৰাকীয়ে ৪ বছৰ পূৰ্বে নৈৰ পাৰত ৰোপণ কৰিছিল দুটা গছপুলি। নৈৰ পাৰ পৰিষ্কাৰ কৰাৰ নাম স্থানীয় লোকে গছপুলি দুটা কাটি পেলোৱাত এইদৰে কান্দোনত ভাগি পৰিল কিশোৰীগৰাকী। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading