শ্বিলঙলৈ যাওঁতে পথৰ দাঁতিত জাৱৰ নেপেলাব, কি হ’ল চাওক এইজনৰ?

দেশ8:13 AM IST Jul 30, 2019

শ্বিলঙলৈ গৈ থকাৰ পথত এই লোকজনে জাৱৰৰ এটা টোপোলা পেলাইছিল পথৰ দাঁতিত। কেইজনমান স্থানীয় লোকে লোকজনক গাড়ীৰ পৰা নমাই চাফা কৰোৱালে সেই ঠাই। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

| News18 Assam

শেহতীয়া লাইভ টিভি