নিম্নবৰ্গৰ যুৱকৰে বিয়া হোৱাৰ বাবেই কন্যাক প্ৰাণে মৰাৰ ভাবুকি বিধায়কৰ

দেশ5:42 PM IST Jul 11, 2019

নিম্নবৰ্গৰ যুৱকৰ সৈতে বিয়া হোৱা বাবেই নিজ কন্যাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ বৰেলীৰ বিধায়ক ৰাজেশ মিশ্ৰৰ বিৰুদ্ধে এই অভিযোগ নিজ কন্যাৰ। নিৰাপত্তা বিচাৰি এলাহাবাদ হাইক’ৰ্টত এখন আবেদনো দাখিল কৰিছে বিধায়ক কন্যা সাক্ষীয়ে। ছচিয়েল মিডিয়াযোগে এই ভাবুকিৰ কথা প্ৰকাশ কৰিছে সাক্ষীয়ে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading