দিল্লীৰ ৰাজপথত অটোচালকক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ, চাওক VIDEO

দেশ7:32 PM IST Jun 17, 2019

অটোৰ পৰা চোঁচৰাই আনি অটোচালকক গুৰুলা গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ। আৰক্ষীৰ আক্ৰমণৰ পৰা বাদ নপৰিল অটো চালকৰ পুত্ৰও।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading