পশ্চিম বংগতে এতিয়া মমতাৰ অথন্তৰ! যিফালেই যায় সেইফালে ‘জয় শ্ৰীৰাম’

দেশ12:40 PM IST May 31, 2019

পশ্চিম বংগত অনাহুত পৰিস্থিতিৰ সন্মুখীন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতাৰ কনভয়ৰ আগত একাংশই ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়াত প্ৰচণ্ড খং উঠিল মমতাৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading