‘অযোধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ে যি ৰায় দিয়ে দুয়োপক্ষই মানি লোৱা উচিত’

দেশ11:24 AM IST Oct 17, 2019

অমিত শ্বাহে কয় – উচ্চতম ন্যায়ালয়ে যি ৰায় দিব সেয়া দুয়ো পক্ষই মানি ল’ব। এই ৰায়ৰ পিছতে বিষয়টোৰ সমাধান হ’ব আশা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

| News18 Assam
শেহতীয়া লাইভ টিভি