‍বিজয়ৰ পিছত স্মৃতি ইৰাণীয়ে ক’লে– ন প্ৰভাত হৈছে আমেঠিৰ

দেশMay 24, 2019, 10:25 IST

স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক ৫৫, ১২০টা ভোটত হৰুৱাইছে। স্মৃতি ইৰাণীয়ে ৪,৬৮,৫১৪ আৰু ৰাহুল গান্ধীয়ে লাভ কৰিছে ৪,১৩,৩৯৪টা ভোট।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি