পুণেত এটা কুঁৱাৰ পৰা নাহৰফুটুকী বাঘ উদ্ধাৰ, চাওক VIDEO

দেশ5:41 PM IST Jul 14, 2019

ছিৰুৰ ৰেঞ্জ উদ্ধাৰকাৰী দল আৰু ৱাইল্ডলাইফ SOSয়ে উদ্ধাৰ কৰে বাঘটোক। নাহৰফুটুকীটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে জুন্নাৰৰ মানিকদহ নাহৰফুটুকী সুৰক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হয়।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading