TikTok ত ষ্টাণ্ট কৰিবলৈ গৈ ৰাজহাড় ভাঙিল যুৱকৰ

দেশ4:22 PM IST Jun 18, 2019

সাৱধান! আপোনাৰ প্ৰিয় TikTok–এ বিপদ মাতি আনিব পাৰে আপোনালৈ। তেনে এক ঘটনাই সংঘটিত হৈছে বেংগালুৰুত। চিকিৎসকে জনোৱা অনুসৰি, যুৱকজনৰ ৰাজহাড় ভাঙি টকুৰা–টুকুৰ হৈ গৈছে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱকজন।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading