প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ মুখৰ পৰা দৈৱক্ৰমে ৰক্ষা বাইক আৰোহীৰ

দেশ4:25 PM IST Jun 30, 2019

ঘটনাটো কৰ্ণাটক–কেৰালা সীমান্তৰ। চামৰাজানগৰ জিলাৰ গুণ্ডলুপেটৰ পৰা কেৰালাৰ দিশে গৈ থকাৰ সময়তে বাঘে আক্ৰমণৰ চেষ্টা চলায় বাইক আৰোহীজনক। ইণ্ডিয়া টুডে’ত প্ৰকাশ পাইছে এই ভিডিঅ’।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading