মুখ্যপৃষ্ঠা » ভিডিঅ » দেশ

#ViralVideo বিদ্যুত চুৰিৰ অভিযোগ দিয়া বাবে ৫০ বছৰীয়া বৃদ্ধক মাৰপিট

দেশ3:27 PM IST Jul 15, 2019

বৃদ্ধগৰাকীক মাৰপিট কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভুক্তভোগী লোকজনে PSPCL বিষয়াৰ সৈতে বিদ্যুত চুৰি কৰাৰ গোচৰ ৰুজু কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল গাঁৱৰ প্ৰধান আৰু অভিযুক্তই। আৰক্ষীয়ে ৫ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি