মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

সমালোচনাৰে থকা–সৰকা কৰা মৌনিতা আজি নয়নৰ মণি

অসম1:36 PM IST Apr 22, 2019

টাকুৰি ঘূৰাদি নাচিছে এগৰাকী বিহুৱতীয়ে। ৰঙালী বিহুৰ বতৰত ফেচবুকৰ ৱালৰ পৰা ৱাললৈ বাগৰিছে বিহুৱতীগৰাকীৰ এই অপূৰ্ব প্ৰদৰ্শনৰ ভিডিঅ’টো। কেইটামান মুহূৰ্তৰ ভিতৰতে বিহুৱতীগৰাকীয়ে বুটলিছে ৰাইজৰ অপাৰ প্ৰশংসা। এই বিহুৱতীগৰাকীৰ নাম মৌনিতা বৰা।

| News18 Assam

শেহতীয়া লাইভ টিভি