মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

Tokyo Olympics 2021: পদক লাভৰ দিশে প্ৰথমটো খোজ লাভলীনাৰ!

ক্ৰীড়া1:56 PM IST Jul 23, 2021

অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পালে তাৰকা বক্সাৰগৰাকীয়ে। প্ৰি-কোৱাৰ্টাৰত লাভলীনাই খেলিব জাৰ্মানীৰ বিৰুদ্ধে।

News18 Assam | News18 Assam

শেহতীয়া বাতৰি