মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

কলেজত TikTok ভিডিঅ’ বনাই নাচি থাকোতেই,কৰ্তৃপক্ষই বহিষ্কাৰ কৰিলে শিক্ষাৰ্থীক

অসম3:41 PM IST Oct 31, 2019

কলেজৰ ভিতৰত ইউনিফৰ্ম পৰিধান কৰি Tiktok Video বনাই বহিষ্কৃত হ’ব লগীয়া হ’ল সোণাৰি মহাবিদ্যালয়ৰ দুই শিক্ষাৰ্থী। পিছে  মানৱতাৰ খাতিৰত এই ছাত্ৰ-ছাত্ৰীদ্বয়ক পৰীক্ষাত বঢ়াৰ অনুমতি প্ৰদান মহাবিদ্যালয় কৰ্তৃপক্ষৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি