মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

অৱশেষত সন্ধান ওলাল লাডেনৰ, বন বিভাগৰ দ্ৰোণ কেমেৰাই ধৰা পেলালে লাডেনক,Video

অসম4:36 PM IST Nov 1, 2019

প্ৰায় ৭২ ঘণ্টাৰ ধাৰাবাহিক অভিযানৰ অন্তত বন বিভাগে বিছাৰি ওলিয়ালে একেদিনাই পাঁচজনকৈ লোকৰ প্ৰাণ লোৱা লাডেন নামৰ বনৰীয়া হাতীটোৰ অৱস্থিতি। ৰংজুলিৰ চাতাবাৰী বনাঞ্চলত ধৰা পেলালে হাতীটোৰ অৱস্থিতি।

| News18 Assam
শেহতীয়া লাইভ টিভি