মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

জুবিনে ক’লে হাতত কুঠাৰ তুলি লোৱাৰ কথা

অসম1:33 PM IST May 11, 2019

গীত পৰিৱেশনৰ মাজে মাজে ৰসাল কথাৰে দৰ্শকক আমোদ দিয়া জুবিন গাৰ্গে এইবাৰ ক’লে হাতত কুঠাৰ তুলি লোৱাৰ কথা। মৰিগাঁৱৰ বিহু মঞ্চত গীত পৰিৱেশনৰ মাজতে কাঞ্চনজংঘা ছবি সন্দৰ্ভত এইদৰে কয় জুবিনে।

| News18 Assam

শেহতীয়া লাইভ টিভি