মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

VIDEO : বিতৰ্কিত টুইটক লৈ ক্ষমা খোজাৰ পিছতে ঐশ্বৰ্য ৰায়ক লৈ কি ক’লে বিবেক অবেৰয়ে?

দেশ11:55 AM IST May 21, 2019

ছচিয়েল মিডিয়াত বিতৰ্কিত টুইট কৰি ক্ষমা খুজিলে অভিনেতা বিবেক অৱেৰয়ে। বিবেকে কয়– কোনোবাই ছচিয়েল মিডিয়াত ‘মীম’বনাই শ্বেয়াৰ কৰিছিল, মই তাৰ উত্তৰ হিচাপে কৈছিলো – ‘এয়াই জীৱন’।

webtech_news18

শেহতীয়া লাইভ টিভি