মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

‘ছেলফী ৰাণী’ বৰষা! ‘ৰত্নাকৰ’ৰ খবৰ দিবলৈ গৈ দৰং কলেজত বৰষাৰাণীৰ কি হ’ল?

অসম1:42 PM IST Sep 19, 2019

দৰং কলেজত প্ৰচাৰ চলাবলৈ উপস্থিত টীম ৰত্নাকৰ। প্ৰিয় অভিনেত্ৰী বৰষাৰাণীক কাষতে পাই আগুৰি ধৰিলে ছাত্ৰীসকলে। এখনৰ পিছত এখন ছেলফী মাৰিবলগীয়া হ’ল বৰষাই।

| News18 Assam

শেহতীয়া লাইভ টিভি