মুখ্যপৃষ্ঠা » ভিডিঅ » জীৱন শৈলী

গীতেৰে নীল অভিক শ্ৰদ্ধাঞ্জলী 'দ্য লবোটমিক থিয়ৰি' নামৰ এটা ব্ৰেণ্ডৰ

অসম10:20 AM IST Jun 8, 2019

নীল অভি মৃত্যুৰ এবছৰ সম্পূৰ্ণ। আজি সেই অভিশপ্ত দিনটোত সুৱৰি আৰু নীল অভিক শ্ৰদ্ধা জনায় 'দ্য লবোটমিক থিয়ৰি' নামৰ ব্ৰেণ্ডটোৱে উৰ্ছগা কৰিছে এটি গীত। সুন্দৰ গীতটিৰ কথা তুষাৰ ভূঞাৰ আৰু সুৰ কৰিছে তৃণমূল দাসৰ।

| News18 Assam

শেহতীয়া লাইভ টিভি