মুখ্যপৃষ্ঠা » ভিডিঅ » মনোৰঞ্জন

ফেচবুক, ইউটিউবত আপলোড ‘ৰত্নাকৰ’, যতীন বৰাৰ গোচৰ, চাওক VIDEO

অসমOctober 18, 2019, 09:27 IST

ছবিগৃহত চলি থকা যতীন বৰাৰ ‘ৰত্নাকৰ’ ছবিখন কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম’বাইল ফোনত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত আপলোড কৰিছে। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে যতীন বৰাই।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি