মুখ্যপৃষ্ঠা » ভিডিঅ » মনোৰঞ্জন

আমেৰিকাৰ স্বামীয়ে এৰি থৈ গ’ল, কান্দি কান্দি মোদীক সহায়ৰ আহ্বান অভিনেত্ৰীৰ

দেশOctober 14, 2019, 07:10 IST

ভোজপুৰী অভিনেত্ৰী নেহা বাঞ্চালে ফেচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীক সহায়ৰ বাবে আহ্বান জনাইছে। ভিডিঅ’টো ছমাহ পূৰ্বে বিয়া হোৱা আমেৰিকাৰ স্বামীয়ে এৰি যোৱাৰ কথা উল্লেখ কৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি