‘মই নিজকে সলনি কৰাৰ চেষ্টা কৰিম’- জ্যেষ্ঠ অধিবক্তাৰ পুত্ৰক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত জুবিন গাৰ্গ

অসম8:16 PM IST Jun 8, 2019

‘আদালতৰ ৰায়ক সন্মান জনাইছোঁ, জ্যেষ্ঠ হিচাপে কাৰোবাৰ কিবা বেয়া দেখিলে কৈছিলোঁ, বেয়া পোৱা কথা মই ক’ম, কৈ যাম।’– এই মন্তব্য কণ্ঠশিল্পীগৰাকীৰ। 

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি