এম্বুলেঞ্চৰ বাট মুকলি কৰাত সহায় এজন যুৱকৰ

অসমMay 10, 2019, 12:42 IST

গুৱাহাটীৰ ৰাজপথত তীব্ৰ যানজঁট। এই যানজঁটৰ মাজত আবদ্ধ হৈ পৰে এখন এম্বুলেঞ্চ। তেনে সময়তে ৰিপুঞ্জয় গগৈ নামৰ এজন যুৱকে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। যানজঁট কিছু নোহোৱা কৰি এম্বুলেঞ্চখন যাবলৈ বাট মুকলি কৰাত সহায় কৰে ৰিপুঞ্জয় গগৈয়ে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি