হিম্মৎসিংকাক ফোনযোগে অশ্লীল গালি-গালাজ জোঁৱায়েকৰ, অভিযোগ পত্নী পুনম নাথৰ

অসম12:37 PM IST Jul 11, 2019

সংবাদমাধ্যমৰ আগত সঁচা কথা কোৱাৰ বাবেই ফোনযোগে অশ্লীল গালি-গালাজ কৰাৰ লগতে বিভিন্ন ধৰণৰ ভাবুকি দিয়া বুলি পুনম নাথে অভিযোগ আনিছে সংবাদমাধ্যমৰ আগত।

webtech_news18

শেহতীয়া লাইভ টিভি