শিৱক কিয় ভাল পায় জুবিনে?

অসম12:15 PM IST Aug 21, 2019

‘কাঞ্চনজংঘা’ৰ প্ৰচাৰ চলাবলৈ গৈ শিৱদৌলত পূজা–অৰ্চনা আগবঢ়ালে জুবিনে। নিজৰ পৰৱৰ্তী ছবিখনৰ শ্বুটিং শিৱসাগৰত কৰিম বুলিও মন্তব্য কৰিলে জুবিন গাৰ্গে।

| News18 Assam

শেহতীয়া লাইভ টিভি