দিল্লীত ব্লেকলিষ্টেড NGOক অসমৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব কিয়? কংগ্ৰেছৰ প্ৰশ্ন

অসম4:30 PM IST Nov 2, 2019

‘মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লওক, জবাবদিহি কৰক দোষীক’, উপায়ুক্ত সকলকো তদন্ত কৰিবলৈ আহ্বান বিৰোধী দলৰ নেতাৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি