চাংসাৰিত দুৰ্ঘটনাত প্ৰাণ গ’ল পিতৃ–কন্যাৰ, চাওক ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ’

অসম10:58 PM IST Jul 11, 2019

কামৰূপৰ চাংসাৰিত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বাছে মহতিয়াই নিলে এখন ফৰচুনাৰ গাড়ী। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ফৰচুনাৰখনৰ আৰোহী পিতৃ–কন্যাৰ। নিহত পিতৃ–কন্যাৰ নাম অজয় বসুমতাৰী আৰু মিৰালী বসুমতাৰী। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

| News18 Assam

শেহতীয়া লাইভ টিভি