পিতৃৰ ভুলৰ বাবে ২ কন্যাক নিৰ্মমভাৱে প্ৰহাৰ, খুঁটাত বান্ধি নৃশংসতা

অসম5:28 PM IST Jul 23, 2019

যাৰ বাবে যুৱতীগৰাকীৰ একাংশ আত্মীয় জঁপিয়াই পৰিল ৰাজেন গোৱালাৰ দুই কন্যাৰ ওপৰত। নৃশংসভাৱে প্ৰহাৰ কৰে দুয়োগৰাকীক। পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰহৃত ২ যুৱতীক।

| News18 Assam

শেহতীয়া লাইভ টিভি