‘১০০০ নালাগে, ৫০০ টকা দিয়া’ – ট্ৰাক চালকক আৰক্ষীৰ 50% DISCOUNT, চাওক VIDEO

অসমJanuary 11, 2020, 15:03 IST

নগাঁৱত এজন যান–বাহন আৰক্ষীয়ে ট্ৰাক চালকৰ পৰা উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ট্ৰাক চালকে কেমেৰাত বন্দী কৰিলে উৎকোচ লোৱাৰ দৃশ্য। এই ঘটনাৰ পিছতে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে নগাঁৱৰ আৰক্ষী অধীক্ষকে। DSP জন দাসক ঘটনাৰ তদন্তৰ নিৰ্দেশ।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি