VIDEO: সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত উত্তাল গুৱাহাটী

অসম1:11 PM IST Jun 29, 2019

খানাপাৰাৰ পৰা জনতা ভৱনলৈ সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰিলে টেট শিক্ষকসকলে। প্ৰতিবাদী শিক্ষকক ৰুধিবলৈ ব্যাপক সমৰ সজ্জা আৰক্ষী প্ৰশাসন। প্ৰতিবাদী শিক্ষকক বাধা দিবলৈ নিৰ্মাণ কৰা হৈছে ১২ তাতকৈ অধিক বেৰিকেড।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি