‘মোৰ দেউতাক ঘূৰাই আনি দিবই লাগিব, নহ’লে আমি ইয়াতে আত্মহত্যা কৰিম’

অসম2:48 PM IST Oct 15, 2019

পিতৃক ঘূৰাই আনিবলৈ মালিকপক্ষক অনুৰোধ তিনিচুকীয়াৰ শংকৰ চাহ বাগিচাৰ অপহৃত হেড ফিটাৰ গৌৰাংগ দেৱৰ কন্যাৰ। স্বত্বাধিকাৰী সুধীৰ কুমাৰ লোহিয়াই গৌৰাংগ দেৱক ওভতাই অনাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। ৫ দিন পূৰ্বে অপহৃত হৈছিল লোকজন।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading