আৰক্ষীৰ কঠোৰ কেছ ডায়েৰীৰ বাবেই ফাঁচিকাঠত গোবিন্দ

অসম2:48 PM IST Aug 3, 2019

আদালতৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰে শ্বেতা হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া ASP ৰ’জী কলিতাই। কেছ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত আৰক্ষীয়ে গাঁঠি দিছিল নৃশংস হত্যাকাণ্ডৰ ফটো।

| News18 Assam

শেহতীয়া লাইভ টিভি