ভাষণ নহয়, নাচেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা নৱনীতা সন্দিকৈৰ, চাওক ভিডিঅ’

অসম2:03 PM IST Oct 19, 2019

দলীয় সতীৰ্থৰ সৈতে নাচি নাচি নিৰ্বাচনী প্ৰচাৰ চলাইছে সোণাৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে

| News18 Assam
শেহতীয়া লাইভ টিভি