ই–ৰিক্সাত খুন্দিয়াই শিৱসাগৰৰ দৰিকা নদীত পৰিল মাৰুতী কাৰ, Video

অসম4:29 PM IST Nov 3, 2019

দেওবাৰে দুপৰীয়া শিৱসাগৰ নগৰৰ বনিয়াবাৰী দৰিকা ঘাটত অঘটন | হঠাত নদীৰ বুকুত পৰিল এখন মাৰুতি ৮০০ বাহন | গেৰেজত ভাল কৰি থকা বাহনখন পৰীক্ষা কৰিবলৈ নিয়া হৈছিল পথলৈ |

| News18 Assam
শেহতীয়া লাইভ টিভি