দিল্লীত নাৰী দেহৰ ৰমৰমীয়া বেহা তেজপুৰৰ যুৱকৰ, বন্দিত্ব জীৱন কটোৱা যুৱতীৰ বিস্ফোৰক

অসম7:42 PM IST Jun 15, 2019

দিল্লীত ৭ বছৰে বন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ এগৰাকী যুৱতীয়ে ফাদিল কৰিছে এই বিস্ফোৰক তথ্য। ইতিমধ্যে তেজপুৰ থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰিছে এজাহাৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি